Distribution of goats and feed as part of woman empowerment project.

On 24/11/2023 In first phase as a part of the Women Empowerment Project by Goat Rearing Process 4 number of female Goat and feed were handoverd to 18 women from Kashimpur, Khudra Katala Barkuchi and Balitara villages.The project is funded by State Innovation and Transformation Aayog, Government of Assam and it is Jointly implemented by Assam Agricultural University and Anajori Development Society.

The women are committed to become self-reliant by setting up a goat farm with these 4 female goats.

ৰাজ্যিক উদ্ভবনা আৰু ৰূপান্তৰণ আয়োগ অসম চৰকাৰ ৰ অৰ্থ সহৰ্যাত আৰু অসম কৃষি বিশ্ববিদ্যালয় ও এনাজৰী উন্নয়ন সমিতিৰ দ্বাৰা ৰূপায়িত ছাগলী পালন প্ৰক্ৰিয়াৰে মহিলা স্বাবলী কৰণ প্ৰকল্প ৰ অংশ হিচাপে প্ৰথম পৰ্যায়ত ইংৰাজী ২৪/১১/২০২৩ তাৰিখে গুৱাকুচি গাঁৱত থকা মডেল ছাগলী ফাৰ্ম ৰ পৰা নলবাৰী জিলাৰ কাচিমপুৰ, ক্ষুদ্ৰ কতলা বৰকুছি, বলিতাৰা গাঁৱৰ ১৮ গৰাকী মহিলাক চাৰিজনী কৈ মাইকী ছাগলী আৰু এমাহৰ বাবে দানা প্ৰদান কৰা হয় l

মহিলা সকলে এই মাইকী ছাগলী ৰ দ্বাৰা এখন ছাগলী ফাৰ্ম গঢ়ি তুলি নিজক স্বাৱলম্বী কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ l

Leave a Comment