Teacher’s Day Celebration 5th September 2024

গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু ঈশ্বৰ, গুৰু মহেশ্বৰ। গুৰু পোনপটীয়াকৈ পৰম ব্ৰহ্ম সেই শ্ৰীগুৰুলৈ আমাৰ নমস্কাৰ। আজি ৫ চেপ্তেম্বৰ ২০২৪ , শিক্ষক দিৱস । মহান ব‍্যাক্তি তথা ভাৰতবৰ্ষৰ প্ৰথমজন ৰাষ্ট্ৰপতি ড• সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱৰ জন্মদিন উপলক্ষে এই শিক্ষক দিৱস দিনতো সমগ্ৰ ভাৰতবৰ্ষত ঊদযাপন কৰা হয় । অইনবেলিৰ দৰে এই বেলি ও লাৰ্ণিং ৩৬০ শৈক্ষিক প্ৰতিষ্ঠানৰ … Read more

Celebrated 78 th independence day at our office premises. Begin the day with Flag hoisting followed by a painting competition among kids and children like previous years.

৭৮ তম স্বাধীনতা দিৱস উপলক্ষে এনাজৰী উন্নয়ন সমিতিৰ কাৰ্যালয়ত পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়নৰ লগতে স্বাধীনতা দিৱসৰ অনুভৱ ছাত্ৰ ছাত্ৰীৰ মাজত বিশেষ ভাৱে হৃদয়ঙ্গম কৰোৱাৰ উদ্দেশ্যে নলবাৰীত তিনিটা শাখাত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় I ৭৮ তম স্বাধীনতা দিৱস উপলক্ষে এনাজৰী উন্নয়ন সমিতিৰ উদ্যোগত ৰাতিপুৱা ৮ বজাত পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়িত কৰা হয়।পতাকা উত্তোলন কৰে প্ৰাক্তন … Read more