ছিটা ৰ অৰ্থসাহায্য ত অসম পশু চিকিৎসা বিজ্ঞান অনুষদ আৰু এনাজৰী উন্নয়ন সমিতিৰ দ্বাৰা নলবাৰীত ছাগলী পালন প্ৰকল্পৰ শুভ উদ্বোধন

ছিটা ৰ অৰ্থসাহায্য ত অসম পশু চিকিৎসা বিজ্ঞান অনুষদ আৰু এনাজৰী উন্নয়ন সমিতিৰ দ্বাৰা নলবাৰীত ছাগলী পালন প্ৰকল্পৰ শুভ উদ্বোধন কৰে ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰণ আয়োগ (SITA) ৰ অর্থ সাহাৰ্য ত অসম পশু চিকিৎসা বিজ্ঞান অনুষদ ৰ অধীনস্থ ছাগলী গৱেষণা কেন্দ্ৰ,আৰু এনাজৰী উন্নয়ন সমিতি নলবাৰীৰ দ্বাৰা ৰূপায়িত ছাগলী পালনৰ দ্বাৰা মহিলা সবলীকৰণৰ প্ৰকল্পৰ অংশ হিচাপে … Read more