Learning 360 Coaching Center

এনাজৰী উন্নয়ন সমিতিৰ দ্বাৰা পৰিচালিত শিক্ষণ প্ৰতিষ্ঠান লাৰ্নিং 360 ৰ ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা আজি পবিত্ৰ শিক্ষক দিৱসৰ কাৰ্যসচীত শিক্ষণ প্ৰতিষ্ঠানটোৰ শিক্ষাগুৰু সকলক বিশেষ ভাবে সম্বৰ্ধনা জনোৱা হয় l