The Seminar is organised with the grant Aid Under Samagra Sikhya for Youth and Eco Club

A Seminar on topic “Holistic Development in relation to Environmental Education has been organised among Teachers and students of Katra High School and Pub Nalbari Sr Secondary School, Nalbari,Assam.

The Seminar is organised with the grant Aid Under Samagra Sikhya for Youth and Eco Club.This Provision has been made by Samagra Sikhya a Assam and Govt of India Initiative for Government School student to gather Knowledge through Fun and be productive while meeting their friends from their neighborhood and try to make a positive impact on their local community and the world.

Seminar was presented by Resource person of Anajori Development Society Mr Tafique Ahmed,(B Tech,MSW,MBA) and Dr Jiaur Rahman (M VSc).

We are thankfull to Giridhar Kalita Sir, Principal Katra High School and Sarif Ahmed Sir Principal ,Pub Nalbari Senior Secondary School for their support and cooperation.

” সাৰ্বজনীন বিকাশৰ প্ৰেক্ষাপটত পৰিৱেশ শিক্ষা” বিষয়ক এখনি আলোচনা চক্ৰ কতৰা উচ্চ মাধ্যমিক বিদ্যালয় আৰু পূব নলবাৰী ছিনিয়ৰ মাধ্যমিক বিদ্যালয় নলবাৰীত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত আয়োজন কৰা হয় l

এই আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে সামগ্ৰ শিক্ষাই বিদ্যালয় সমূহ ক ইউথ এণ্ড ইকো ক্লাব সম্বন্ধত প্ৰদান কৰা অৰ্থসাহায্য ৰ অধীনত l অসম আৰু ভাৰত চৰকাৰে উদ্যোগ লোৱা ইউথ এণ্ড ইকো ক্লাব সম্বন্ধত এই ব্যৱস্থা সমগ্ৰ শিক্ষাই লোৱা চৰকাৰী বিদ্যালয়ৰ ছাত্ৰই ছাত্ৰীৰ যোগেদি জ্ঞান সংগ্ৰহ কৰি তেওঁলোকৰ বন্ধু-বান্ধৱীক লগ পোৱাৰ লগতে উৎপাদনশীল হ’বলৈ চুবুৰীটোত আৰু নিজৰ স্থানীয় সম্প্ৰদায় আৰু বিশ্বত ইতিবাচক প্ৰভাৱ পেলাবলৈ কৰা চেষ্টাৰ এটা অংশ l

আলোচনা চক্ৰ উপস্থাপন কৰে এনাজৰী উন্নয়ন সমিতিৰ হৈ তাফিক আহমেদ,(বি টেক,এম বি এ,MSW) আৰু ড: জিয়াউৰ ৰহমান (এম ভি এছ চি)।

আমি কতৰা হাইস্কুল ৰ অধ্যক্ষ গিৰিধৰ কলিতা ছাৰ, আৰু পূব নলবাৰী চিনিয়ৰ চেকেণ্ডেৰী বিদ্যালয় ৰ অধ্যক্ষ চৰিফ আহমেদ ছাৰ ক তেখেত সকলৰ সহযোগিতাৰ বাবে ধন্যবাদ জনাইছোঁ l