Chief Scientist of Assam Agricultural University Dr Dipak Bhuyan inaugurated a Knowledge sharing center

আজি অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাগলী গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডা: দিপক ভূঞাই কাছিমপুৰ গাঁও,নলবাৰীত বৈজ্ঞানিক ছাগলী পালনৰ জৰিয়তে মহিলা সবলীকৰণৰ প্ৰকল্পৰ অংশ হিচাপে জ্ঞান বিনিময় কেন্দ্ৰ এটাৰ উদ্বোধন কৰে।তেওঁ মহিলা হিতাধিকাৰি সকলৰ মাজত বৈজ্ঞানিক ছাগলী পালন সম্পৰ্কে প্ৰকল্প ৰ অগ্ৰগতি সম্পৰ্কীয় খতিয়ান সভাত বক্তৃতা প্ৰদান কৰে সভাত এনাজৰী উন্নয়ন সমিতিৰ বিষয়ববীয়া আৰু ডাঃ মাৰাদোনা নাথ,জুনিয়ৰ বিজ্ঞানী জি আৰ এছ ,এ এ ইউ ও উপস্থিত থাকে।আজিৰ সভাতেই মহিলা হিতাধিকাৰীৰ মাজত ছাগলীৰ খাদ্যৰ লগতে খাদ্য বিতৰণ ৰ বাবে বাটি আৰু বাল্টি বিতৰণ কৰা হয় l এই প্ৰকল্প ৰাজ্যিক উদ্ভৱনা ও ৰূপান্তৰণ আয়োগ অসম চৰকাৰ ৰ অৰ্থসাহায্য ত অসম কৃষি বিশ্ববিদ্যালয় আৰু এনাজৰী উন্নয়ন সমিতিয়ে যৌথভাৱে ৰূপায়ণ কৰি আছে l

Today chief Scientist of Goat Research station from Assam Agricultural University Dr Dipak Bhuyan inaugurated a Knowledge sharing center as a part of the project of women Empowerment through scientific Goat rearing at Kasimpur Village,Nalbari.He also delivered a lecture in progess meeting about Scientific Goat rearing among women benificiary.In the meeting Office bearer of Anajori Development Society and Dr Maradona Nath,Jr Scientist GRS AAU were also present.Goat Feed along with feeding bowl and bucket were distributed among women beneficiary.The project is funded by State innovation and transformation Aayog,Govt of Assam and jointly implemented by Assam Agricultural University and Anajori Development Society.